HSLC আৰু HS পৰীক্ষা ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’বঃ অসমৰ শিক্ষা মন্ত্ৰী

Guwahati: হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা (Higher Secondary Exam) পৰীক্ষা ২০২২ চনৰ ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব বুলি বৃহস্পতিবাৰে অসমৰ শিক্ষা (Education Minister) মন্ত্ৰী ৰানোজ পেগুৱে কয়। তেওঁ সৰ্ব শিক্ষা অভিযানৰ সৈতে এখন বৈঠকত অংশ গ্ৰহণ কৰাৰ পিছত এই কথা জনায় আৰু কয়, ” হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক … Read more

ISROৰ বিজ্ঞানী ৰূপে নিৰ্বাচিত নগাঁৱৰ নাজনিন য়াচমিন (Naznin Yasmin)

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ(Indian Space Research Organization) বিজ্ঞানী ৰূপে নিৰ্বাচিত হৈছে অসমৰ তথা নগাঁৱৰ জুৰীয়াৰ নাজনিন য়াচমিন (Naznin Yasmin)। নগাঁৱৰ জুৰীয়াৰ পৰা KADAMONI TOWN High Schoolৰ শিক্ষক আবু কালাম আজাদ আৰু শিক্ষয়ীত্ৰী মঞ্জিলা বেগমৰ কন্যা নাজনিন য়াচমিনে ISRO ৰ বিজ্ঞানী হিচাবে নিৰ্বাচিত হৈছে নাজনিন য়াচমিনে কল্পনা চাউলাৰ পৰা উত্সাহিত হৈ তেঁও নৱম শ্ৰেণীৰ পৰা বিজ্ঞানী … Read more

Assam: পুলিচ কমাণ্ডো বেটেলিয়নত ৩২০ টা SI পদ, জানি লওক এপ্লাই কেতিয়াৰ পৰা

Assam Police: অসম ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডে (State Level Police Recruitment Board, Assam) নতুনকৈ সৃষ্টি কৰা অসম আৰক্ষী কমাণ্ডো বেটেলিয়নৰ উপ-পৰিদৰ্শক (Sub-Inspector) পদত ৩২০ টা খালী পদ পূৰণ ৰখাৰ বাবে আৱেদন আহ্বান কৰিছে। আবেদন পত্ৰসমূহ ২২ ডিচেম্বৰৰ পৰা উপলব্ধ হ’ব। নিয়মৰ অধীনত গ্ৰহণযোগ্য হিচাপে গ্ৰহণযোগ্য হিচাপে 14000-60500 টকা (পে বেণ্ড নং 2) আৰু 8700/- … Read more